পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৪১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(২৬)

অভি--|] চবি দেখুৱাই ] প্ৰিয়ে । এইচোৱ|; আমাৰ পিতামহ ভাত্মদেৱে কেনে স্বন্দৰ শৰশয্যাত পৰি শান্তি লাভ কৰিছে ৷ এই -শৰশষ্য৷ পিতাদেৱে সাজি দিছে ৷ কুৰু-পাণ্ডু উভয় কুলৰ বাৰ আৰু ৰাজ্যৰ পএজা সকলোয়ে পিতামহৰ বীৰক্ৰ দেখি ধন্য ধন্য কৰিছে ৷ আন পিনে চোৱা| । পিতামহৰ পিয়াহ লগাত পিতাক পানা খুজিছে; পিতাদেৱে শৰেৰে পৃথিবী ভেদ কৰি গঙ্গাৰ পানী আনি নিজৰাৰ নিচিনাকৈ তেওঁখ মুখতে পেলাই দিছে আৰু পিতামহ সন্তুষ্ট হৈ পাৰেমানে পিতাদেবক আশীৰ্বাদ

কৰিছে । ধন্য ক্ষত্ৰকুল শিৰোমণি ভাত্মদেৱ, আপোনাৰ এই '

মৃত্যু, স্বৰ্গসুখতকৈ শ্ৰেয়: । ‘ আপোনাৰ কীভ্ডি যাবতচন্দ্ৰ দিব| কৰলৈ বৰ্ত্তমান থাকিব। ্‌ _ উত্তৰ৷--আহ|! কি নিভাঁক পুৰুষ! মনুষ্য শৰীৰত সা্ষ্যাত দেৱতাৰ অবতাৰ | ইচ্ছা মৃত্যু বৰলাভ এন. বাৰু চূড়ামণিৰহে সস্তৱ ৷ প্রভে| ! চবিখন দাসীক দান কৰক. ॥ যত্ন কৰি ৰাখিম আৰু নিতৌ একোটী সেৱ৷ কৰি থাকিম ৷ কিন্তু নাথ ! আপোনাৰ শৰীৰত দেখে৷ অসংখ্য শৰাঘাত্‌, তথাপি দাসীক ইমান পৰলৈ সেৱাৰপৰ৷ বঞ্চিত কৰিছে। বাস্তবিক আপুনি বৰ নিৰ্দয় ৷ -_= অভি--স্থন্দৰী, তুমি খং কৰিছ| কিয় ?

উত্তৰ|--আমি ভিতৰত সোমাই আহিব আহিবৰ বুলি ভাবি থাকে| ; ছুৱাষাৰ কথ| পাতি ৰং ধেমালি কৰিম বুলি কত আশ|৷ ! পিচে চাতকে বৰষুণৰ নিমিত্তে মেঘলৈ চাই থকাৰ দৰে