পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৪০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(২২%)

জ্ৰিল্ীস্ম অলৰ 1 পথম গভান্ক ৷ অভ্ডছঅল্ম্যনৰ স্ৰুক্ষ । ভ্ৰভিমন্ম্যু বহি চবি আঁকে । ৃ অভিমন্ন্যষ এ চবিখন বৰ ভাল নহ'ল ৷ পিতামহ পৰিঘৰ দিনা শৰশয্যাধন মই নিজ চকুৰে দেখিছে| | আহা! এনে অপৰূপ, এনে বিতোপন শয্য৷।! পিতাৰ কি আশ্চৰ্য্য অঙ্থা শিক্ষা ! ( চবি ফালি পেলায় আৰু নতুনকৈ আঁকিবলৈ ধৰে ) উত্তৰাৰ প্রবেশ-- উত্তৰ|--( মনে মনে পাচফালৰপৰ| অভিৰ চকুত ধৰে ) কওকচোন বাল্য মই কোন ? ! ন অভি--[ খপিয়াই চাই ] তুমি (মোৰ কাচনমতি; অইন 7 কোনে| নহয়; মই বঢ়িয়াকৈ জানিছে| | উত্তৰ৷--( চবি টানি আনি ) এইবোৰ কি আকিছে ? { চবি কাঢ়ি নি ফালিব খোজে ] অভি--লাহৰি ! মোৰে শপত চৰিখন নাফালিব| । মহ বৰ যত্নকৈ আরাকিছে| । [ চৰি টানি আনি বুকৰ মাজত নুমুৱাই] উত্ডৰ৷--উলিয়াওকচোন বাৰু : আমিও চাও এবাৰ; কিহৰ চবিনে| আঁকিছে।