এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ভাৱৰীয়াসকল |
কৌৰবদল । দুৰ্য্যোধন, দ্ৰোণ, কৰ্ণ, কৃপ, অশ্বস্থমা, শকুনি, জয়দ্ৰথ, উলুক, বৃষকেতু, লক্ষণ, পদ্ম আৰু চিপাহীগণ ।
পাণ্ডৱদল । শ্ৰীকৃষ্ণ, যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ, অভিমন্যু, দূত আৰু সৈন্যগণ ।
বাটৰুৱা, গৰখীয়া, টকৰু বাপু, দুইজন চিপাহী, নদাই আৰু ভাৰী ৷
তিৰোতাসকল ৷ সুভদ্ৰা, উত্তৰা, সুমথিৰা, বিৰহী, অপ্সৰী আৰু দাসীগণ।