পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৩৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(২১)

উঃ! কি লাঞ্ছন| ? ইয়াতকৈ মৃত্যু শতগুণে শ্রেয়ঃ। হায়: কি কুক্ষণত এই কুকক্ষেত্ৰলৈ যাত্ৰা কবিছিলে। | __

দুৰ্য্যোধন--হয়তে| ! কৰ্ণৰ কথাষাৰ ভাবি চাবলগী-, ॥৷ জয়দ্ৰখে দুৱাৰ ৰখ| টান হব যেন দেখিছো ৷ ভাম বা সাত্যকীক বাধ|” দিয়াটে। বৰ অসম্তৰ যেন লাগে । গু্ুদেৱ ! আপুনি কি বিবেচন| কৰবে ? (মোৰ মনেৰে জয়দ্ৰথ দুৱাৰ, ৰাখিবৰ উপযুক্ত নহয় । _

দ্ৰোণ--ৰ।ধাস্ুত ! তোৰ নিচিনা মুৰ্খ আৰু দ্বিতীয় নমাই ৷ মোৰ যড়যন্ত তই কি বুজিবি | মহাৰাজ আপুনি কোনে! সন্দেহ নকৰিব । মোৰ কথাৰ প্রমাণ চাওক । জয়দ্ৰথৰ বলৰ পৰিচয় পাছেহে পাব।। এতিয়| এইবোৰ এবক। ব’লক, আগেয়ে আপোনাৰ শত্ৰু পৰাজয় কৰৌগৈহঁক |

. তুধ্যোধন--বাৰু; আপোনাৰ মতেই জমাৰ মত ৷ ব’লক, সোনকালে যাত্র| কৰোঁহঁক ৷

। ু ( সকলোৰে প্ৰস্থান )