পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৩৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

{ ২০),

নহয় । সি যিহকে কৈছে দুৰ্য্যোধন তাতে ভোল গৈছে ৷ ই কি আচৰিত | জয়দ্ৰথ সকলে| সেনাপতিতকৈ দুৰ্ববল ৷

সেই জয়দেথে বেহুৰ তুৱাৰ ৰাখিব ! নহয়নে! কি আকে৷ ?-

বামুণৰ বুধিনে| কিমান ? কথাতে কয় বোলে “অজ যুদ্গে৷ খনি আক্ধে, প্রভাতে মেঘ ডম্বৰু; দম্পতি কলহশ্চৈব বহ্বা- হন্তে লঘু ক্ৰিয়|'” ছাগলৰ যেনে যুদ্ধাঁড়ম্বৰ বেছি, কাজত কেৱল ‘কুচ? “ঠুকুচ:’ মাত্ৰ সাৰ, ( খ৷বি ব্ৰাহ্মণৰ হোম, শৰাধত কুশ-ধূপ, ফল-মূলৰ আয়োজন বেছি, কাজত কেবুল ‘ধান নাইকিয়| স্বু্দ| চাং,” ৰাতি পুৱাৰ মেঘৰ যেনে তজ্জন গৰ্জন ‘মাত্ৰ সাৰ পানীৰ ফালে ফট, ফট; এওঁৱে৷ সিহঁতৰ লগৰে এজন হব পায় । আগ ফালে দেখে| বান্ধি ছাঢ়ি টান কৰিলে, গুৰিৰ পিনে (তেনেই মুকলি । আহ| ! বামুণৰ বুদ্ধি ! নহবনে| কিয়? মধুপৰ্ক ফুঢ়ি মুৰ্েদি ওলাল, তাঁৰ লগতে, বুদ্দিফেৰাও | ; কৰ্ণ--যাৰ যেনে বল বীৰ্ধষ্য তাৰ তেনে মন্ত্ৰন| | দুধ্যে৷- ধনক ভুৱ| দিয়াটে| বৰ টান নহয়; কিন্তু কৰ্ণৰ ঠাইত সেই ফাকি নাখাটে ৷ জয়দ্ৰথ সকলে৷ সেনাপতিতকৈ নীহ; তাক পাতিলে দুৱৰি ! কি সাধ্য, সি ভীমক বাধ| দিঁব। কৃপ, নশ্বত্থাম৷, কৰ্ণবীৰ বৰ্ত্তমান থাকোতে এওঁৰ চকু জয়দ্ৰথৰ ওপৰতহে পৰিল। নহপেনে| আমাৰ পৰাজয় হব কেনেকৈ ? হায়! হাঁয় ! কি দুৰাদৃষ্ট ! পাণ্ডৱ ! তোমালোকৰ কপাল ভাল । নহলে ইন্নান দিন কৰ্ণৰ হাতত জীৱাই নাথাক৷ ৷