পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৩৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(২১)

উঃ! কি লাঞ্ছন| ? ইয়াতকৈ মৃত্যু শতগুণে শ্ৰেয়ঃ। হায়: কি কুক্ষণত এই কুকক্ষেত্ৰলৈ যাত্ৰ৷ কৰিছিলে" ৷

দুৰ্য্যোধন--হয়তে| ! কৰ্ণৰ কথাষাৰ ভাবি চাবলসী,, ৷" জয়দদথে দুৱাৰ ৰখ| টান হব যেন দেখিছে৷ ৷ ভীম ব| সাত্যকাক বাধ৷|' দিয়াটে। বৰ অসস্তব যেন লাগে | গুৰুদেৱ ! আপুনি কি বিবেচন| কৰে ? মোৰ মনেৰে জয়দ্ৰেথ দুৱাৰ, ৰাখিবৰ উপযুক্ত, নহয়।

প্ৰোণ--ৰাধান্তত ! তোৰ নিচিনা মুৰ্খ আৰু দ্বিতীয়, নাই | মোৰ যড়যন্ত্ৰ তই কি বুজিবি। মহাৰাজ আপুনি কোনে! সন্দেহ নকৰিব ৷ মোৰ কথাৰ প্রমাণ চাওক জয়দ্থৰ্‌ বলৰ পৰিচয় পাছেহে পাব,। এতিয়| এইবোৰ এৰক ৷ ব’লক, শাগেয়ে আপোনাৰ শত্ৰু পৰাজয় কৰৌগৈহঁক ।

‘ ত্্ধ্যোধন--বাৰু; আপোনাৰ মতেই আমাৰ মত ৷ ব’লক, সোনকালে যাত্ৰ৷ কৰোৌঁইক ৷

চু ( সকলোৰে প্ৰস্থান )

দশৰশশ্যতৃ(ৌ(|িি|শশই]'