পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৩৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

{ ২০),

নহয়। সি যিহকে কৈছে দুৰ্য্যোধন তাতে ভোল গৈছে । ই কি আচৰিত | জয়দ্ৰথ সকলে| সেনাপতিতকৈ দুৰ্ব্বল ; সেই জয়দ্ৰথে বেহুৰ দুৱাৰ ৰাখিব ! নহয়নে৷ কি আকে৷ ?: বামুণৰ বুধিনে| কিমান ? কথাতে কয় বোলে ‘‘“অজ|৷ যুদ্ধে বাৰি আছ্ধে, প্ৰভাতে মেঘ ডম্বৰু; দম্পতি কলহশ্চৈৰ বহ্বা- বণ্ডে লঘু ক্ৰিয়|'’ ছাগলৰ যেনে যুদ্ধাড়ম্বৰ বেছি, কাজ্জঞত কেৱল “পুকুচ? “‘ঠকুচ:’’ মাত্ৰ সাৰ,। খৰি ব্ৰাহ্মণৰ হোমি, শবাধত কুশ-ধূপ, ফল-মুলৰ আয়োজন বেছি, কাজত কেবল “ধান নাইকিয়| স্ব্দ| চাং,” ৰাতি পুৱাৰ মেঘৰ যেনে তজ্জন গজ্জন মাত্ৰ সাৰ পানীৰ ফালে ফট, ফট; এওঁৱে| সিহঁতৰ" লগৰে এজন হব পায় । আগ ফালে দেখে বান্ধি ছাটি টান কৰিলে, গুৰিৰ পিন (হনেই মুকলি | আহ! ! বামুণৰ বুদ্ধি ! নহবনে| কিয়? মধুপৰ্ক ফুটি মুব্বেদি ওলাল, তাঁধ লগতে, বুদ্ধিফেৰাও | ; কৰ্ণ--যাৰ যেনে বল বীণ্য তাৰ তেনে মন্ণ| | দুয়যে|- ধনক ভুৱা দিয়াটে। বৰ টান নহয়; কিন্তু কৰ্ণৰ ঠাইত সেই ফাকি নাখাটে । জয়দ্ৰথ সকলে৷ সেনাপতিতকৈ নীহ; তাক পাতিলে দুৱৰি ! কি সাধ্য, সি ভমক বাধ| দিব । কুপ, অশ্বত্থাম', কৰ্ণবাৰ বৰ্ত্তমান থাকোতে এওঁৰ চকু জয়দ্ৰথৰ ওপৰতহে পৰিল | নহপেনে| আমাৰ পৰাজয় হব কেনেকৈ ? হায়! হায় ! কি ছুৰাদৃষ্ট ! পাণ্ডৱ ! তোমালোকৰ কপাল ভাল । নহলে ইমান দিন কৰ্ণৰ হাতত জীৱাই নাথাক৷ |