পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৩৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১৯)

দুৰ্ধোধন--গুৰুদেৱ ! চক্ৰবেল্ুৰ সবিশেষ বৰ্ণন| শুনি- বলৈ বৰ আজঞহই হল ৷ ৷

্ৰোণ--মহাৰাজ ! এনে আচৰিত বেহু কৰিম যে আপুনি দেখিয়েই ভয় খাঁব ৷ মন্তুপুত কৰি চাৰিওফালে নানা বিধ অস্ত'শস্থ ৰখীয়| থম। জয়দ্ৰথে হাতী, খোৰ|, অশ্বাৰোহী খাৰু পদাতি ‘সৈন্যৰে বেহুৰ, দুৱাৰ- ৰাখিব । তাৰ পাচতে মই । গোৱ সে'| আকু বাও ফালে অশ্বত্থামা আৰু কৰ্ণ খাকিব । তাঁৰ পাচতে মহাৰথ৷।বিলাকেৰে আপুনি আৰু আপোনাৰ শত ভাই থাকিব । সব শেহত শল্য, কুপ আৰু ভগদত্ত থাকিব । এওঁবিলাকৰ পরত্যেকেই মহ| পথাক্ৰমী | ৰণত কেতিয়াও পৰাস্ত নহয়। অজ্জুনৰ বাহিৰে এই বেলু- ভেদ কৰিবৰ কাৰে৷ শক্তি নাই ৷ সেইদেখি ছল কৰি তেওঁক অন্তৰ কৰিবৰ বন্দবস্ত কৰ| হুল | ৃ

দুৰ্যোধন--গুৰু ! আপুনি ধন্থ ! আপোনাৰ যড়যন্ৰ পৰাই বুজিলে যে যোৰ প্রতি আপোনাৰ স্নেহ অতল ৷ আপোনাৰ প্রসাদত ইমান দিনৰ মুৰত জগত নিম্পাগুৱ| আৰু দুৰ্য্যোধন নিষ্কণ্টক হবৰ আশ| দেখ| গৈছে ৷ (জয়দ্ৰথলৈ চাই) বীৰবৰ ! মই আশাকৰেঁ| তুমি পাণ্ডৱক পৰাস্ত চি বেলুৰ হুৱাৰ ৰক্ষ| কৰিব| |

'_ জয়দ্ৰথ--মহাৰাজৰ আঙজ্ঞ| শিৰোধাধা ৷ জয়দ্ৰথৰ দেইত প্রাণ থাকোতে পাণ্ডয়ে বেলুৰ ভিতৰলৈ সোমাব নোৱাৰে । '_ শকুনি-_( এফলীয়াকৈ ) বিটলীয়াৰ মোহিনী শক্তি কম