পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৩৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১৮) তোমাৰ আগতে তোমাৰ প্ৰিয়বন্ধু দুৰ্য্যোধনৰ ইমান অপমান! ইয়াতকৈ আৰু কিব! লাজ আছেনে ?

দ্ৰোণ--দুৰাচাৰ কৰ্ণ ! তোৰ চাট্‌ কথাৰ আঁৰু প্রয়ে৷-- জন নাই | দ্ৰোণৰ যুদ্ধ কৌশল তোৰ সামান্য বুদ্ধিয়ে কি বুজিব ? তই ভাবিছ যে যেই সেই সামান্য সেনাপতি এজন মাৰিয়েই মই ক্ষান্ত থকিম ? কেতিয়াও নহয় ৷ সেনাপতিৰ কথাকে নকওঁ, যদি অঙশ্ঞ্ৰন ন|থাকে তেন্তে কালিৰ ৰণত ধৰ্ম্মপুত্ৰ যুধিষ্ঠিবক নিশ্চয় বন্দী কৰিম । যদি নোৱাৰেঁ৷ তেন্তে মই সেন|পতিও মিছ৷ আৰু পাণ্ডৱৰ ,অস্ত্ৰ-গুৰুও মিছ৷ ৷

দুধৌধন-_-গুৰুদেৱ ৷! খঙ্গ ‘নকৰিব |. যুদ্ধৰ সময়ত আত্ম-কলহ বিপদৰ সূচন| মাত্ৰ৷ কৰ্ণৰ কথাত অসন্তোষ কৰি- বৰ কোনে| কাৰণ নাই | মোৰ দৰে তেওঁ আপোনাৰ ওচৰত ৰোহ কৰিছে মাথোন! আমাৰনে| আৰু আছে কোন ? আপুনি পিত| ; আমি আপোনাৰ পুত্ৰ । আপুনিয়েই যদি আমাৰ ওপৰত কুষাৰি হয় তেন্তে আমাৰ উপায় কি ? সনুএহ কবি আমাৰ অপৰাধ মাজ্জ্ুনা কৰক আৰু কালিৰ ৰণৰ বিষয় কি স্থিব কৰিছে, ভাঙ্গ কওক ৷ ষুনিলে বোধ হয় মনৰ অশান্তি দূৰ হব |

দ্ৰেণ--মহাঁৰাজ ! আপুনি চিন্ত| নকৰিব । উত্তৰ ফালে জ্ৰিগৰ্্ৰাজ আৰু নাৰায়ণী সৈন্যে অৰ্জ্জুনৰ লগত যুদ্ধ কৰিব । ইফালে মই দেৱৰ অভেদ্য চক্রবেহু সাজি পাণ্ডৱক পৰাজয় কৰিম আকু যুধিষ্ঠিৰক বন্দী কৰিম; আপুনি নিশ্চয় জানিব, আমাৰ মনোবীঞ্ছা পূৰ্ণ হব | ৰ