পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৩৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( চি)

দুৰ্ধোধন--গুৰুদেৱ ! চক্ৰবেলুৰ সবিশেষ বৰ্ণন| শুনি- বলৈ বৰ আগ্ৰহ হল ৷ । ্‌ দ্ৰোণ--মহাঁৰাজ ! এনে আচৰিত বেহু কৰিম যে আপুনি দেখিয়েই ভয় খাঁব ৷ মন্তপুত কৰি চাৰিওফালে নান| বিধ অল্ল-শস্ব্ৰ ৰখীয়া থম। জয়দ্ৰথে হাতী, থোৰ, অশ্বাৰোহী আৰু পদাতি ‘সৈন্যৰে বেহুৰ হুৱাৰ- ৰাখিব । তাৰ পাচতে মই | মোৰ লসে'| আৰু বাও ফালে অশ্বথাম৷ আৰু কৰ্ণ থাকিব । তাঁৰ পাচতে মহাৰথ৷।ব্লাকেৰে আপুনি আৰু আপোনাৰ শত ভাই থাকিব । সব শেহত শল্য, কুপ আৰু ভগদত্ত থাকিব | এওঁবিলাকৰ প্রত্যেকেই মহা পৰাক্ৰমী } বণত কেতিয়াও পৰাস্ত নহয়। অর্জুনৰ বাহিৰে এই বেহু- ভেদ কৰিবৰ কাৰে| শক্তি নাই । সেইদেখি ছল কৰি তেওঁক অন্তৰ কৰিবৰ বন্দবস্ত কৰ| হল | ং ল দুৰ্ধোধন--গুৰু ! আপুনি ধন্য ! আপোনাৰ ষড়ষন্তৰ পৰাই বুজিলে1 যে মোৰ প্রতি আপোনাৰ ন্নেহ অতল । আপোনাৰ প্রসাদত ইমান দিনৰ মূৰত জগত নিম্পাণ্ডৱ| আকু দুধ্যোধন নিষ্কণ্টক হবৰ আশা দেখা৷ গৈছে ৷ (জয়দ্ৰথলৈ চাই) বীৰবৰ ! মই আশাকৰেঁ৷ তুমি পাণ্ডৱক পৰাস্ত কৰি বেহুৰ হুৱাৰ ৰক্ষ| কৰিব| | স '_ জয়দ্ৰথ--মহাৰাজৰ আজ্ঞ৷ শিৰোঁধাধ্য জয়দ্ৰথৰ দেহত প্রাণ থাকোতে পাণ্ডয়ে বেহুৰ ভিতৰলৈ সোমাব নোৱাৰে । শকুনি-_( এফলীয়াকৈ ) বিটলীয়াৰ মোহিনী শক্তি কম