পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৩২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১৮)৷ তোমাৰ আগতে তোমাৰ প্ৰিয়বন্ধু দুৰ্ধ্যোধনৰ ইমান অপমান! = ইয়াতকৈ আক কিব! লাজ আছেনে ?

দ্ৰোণ--দ্্ৰাচাৰ কৰ্ণ ! তোৰ চাট্‌ কথাৰ আঁৰু প্রয়ে|- জন নাই ৷ দ্ৰোণৰ যুদ্ধ কৌশল তোৰ সামান্য বুদ্দিয়ে কি বুজিব ? তই ভাবিছ যে যেই সেই সামান্য সেনাপতি এজন মাৰিয়েই মই ক্ষান্ত থকিম ? কেতিয়াও নহয় ৷ সেনাপতিৰ কথাকে নকওঁ, যদি অৰ্জুন ন|থাকে তেন্তে কালিৰ ৰণত ,_ ধ্্মপুত্ৰ যুধিষ্ঠিৰক নিশ্চয় বন্দী কৰিম । যদি নোৱাৰে৷ তেন্তে মহ সেনাপতিও মিছ| আৰু পাণ্ডৱৰ ,অন্ত্ৰ-গুৰুও মিছ| ৷

দুযৌধন--গুৰুদেৱ ৷ খঙ্গ ‘নকৰিব }. যুদ্ধৰ সময়ত আত্ম-কলহ বিপদৰ সূচন| মাত্ৰ৷ কৰ্ণৰ কথাত অসন্তোষ কৰি- বৰ কোনে| কাৰণ নাই | মোৰ দৰে তেওঁ আপোনাৰ ওচৰত ৰোহ কৰিছে মাথোন! আমাৰনে| আৰু আছে কোন ? আপুনি পিতা ; আমি আপোনাৰ পুত্ৰ | আপুনিয়েই যদি আমাৰ ওপৰত কুষাৰি হয় তেন্তে আমাৰ উপায় কি ? শঅনুএহ কবি আমাৰ অপৰাধ ম৷চ্জ্জন| কৰক আৰু কালিৰ ৰণৰ বিষয় কি স্থিৰ কৰিছে, ভাঙ্গ কওক । শুনিলে বোধ হয় মনৰ অশান্তি দূৰ হব |

দ্ৰেণ--মহাৰাজ ! আপুনি চিন্ত নকৰিব | উত্তৰ ফালে ত্ৰিগৰুৰাজ সঁৰু নাৰায়ণী সৈন্যে অৰ্জ্জুনৰ লগত যুদ্ধ কৰিব । ইফালে মই দেৱৰ অভেদ্য চক্রবেহু সাঁজি পাণঁৱক পৰাজয় কৰিম আকু যুধিষ্ঠিৰক বন্দী কৰিম; আপুনি ণ্টিয় জানিব, 8} আমাৰ মনোবাঞ্ছা পূৰ্ণ হব । !