পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৩১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১৭),

বেচি মৰম কৰে| ? মই আজি আ!.প্ৰানাৰ আগত প্ৰতিজ্ঞ৷ ক্ৰিলে" যে কালি ৰণত গাণ্ডৰৰ এজ্জন (নেল|পণতি নিক্চয় বধ কৰিম । তাৰ কেতিয়|ও অন্যথ৷ হব নোৱাৰে । শবকুনি---(এফলীয়াকৈ) বামুণৰ প্রতিজ্ঞা আৰু বীৰত্ব কেৱল মহাৰাজক পএবোধ দিয়াহে ; কাজত একো নাই ৷ মধুপৰ্ক খালেই পাহৰিব । কৰবাত বিয়| ব| শৰাধৰ কথ| শুনিলেতে| পতিজ্জঞাৰ ফালে পতং । প্রতিজ্ঞাৰ - ৰাহাছুৰী চোৱ৷ ৷ “কালি পাণ্ডৱৰ এঙ্গনন সেনাগভিক নিশ্চয় -বধ কৰিম ” কোনজন সেনাপতিকমে| ‘বধ কৰিব খুজি(ছ, তাকেহে ভাবি পোৱ| নহল | হয় ‘কলাচিং’ নহয় ‘খোৰাচিং' দুজনৰ এঙ্র- নক ৷ নহলেনে| আৰু কাক ? বামুণৰ বল, বীধ্য সিমানেই, হে। ‘কালি অজ্জুনক বধ কৰিম” নুবুলিলে, ভাগ্যে; বামুণৰ সেইকেৰ৷ জ্ঞান আছে ৷ যেনে গুৰু তেনে শিষ্য ৷ এনেকুৱ| সেনাপতি আৰু হুজনমান হলে আমাৰ ফালে আধ্য৷ । বিৰি- ণাৰ কীড় লৈহে ৰণ কৰিবৰ পাল পৰিব । কি হব ৷ বামুণ '_ মধুপৰ্ক বিচাৰি একালে গলেও ভাল আছিল৷ কৰ্ণ--প্রতিজ্ঞাৰ বাহাত্‌ৰি আছে স'চ৷ ৷ “কালি যুদ্ধত এজন সেনাপতিক নিশ্চয় বধ কৰিম !” কণ বীৰে কিন্তু কালি অৰ্জ্জুনক নিশ্চয় বধ কৰিম, বুলি উঠিল হেতেন । যাৰ যেনে বল তাৰ তেনে প্রতিজ্ঞ৷ ৷ উঃ। কোন সতে মহাৰাজৰ ইমানবোৰ অমঙ্গল চাই থাকে| । এতিয়ানে| উপায় কি? হায় ! কৰ্ণ ! আজি তুমি জীয়াই থাকিও মৰ৷ । আজি