পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৩০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১৬)

লোম এডাল হানি কৰ । এতিয়াও তেওঁলোক দ্ৰোণৰ শিয্য

ভীম ব! অৰ্জ্জুন হৈয়ে আছে বুলি ভাবিছনে ? কত ঠাইত +ত৩ আঅন্ত্ৰৰশন্ত লাভ কবি শতগুণে তেজিয়ান হৈছে বুল নাজাননে ? দেৱতাৰ অভেদ্যা গাণ্ডাৱ ধনু কাৰ্টিবরবলৈ তোৰ শক্তি নাই | বি অৰ্জ্জুনে খাণ্ডৱ দাহৰ সময়ত অকলৈ দেৱ|- স্নৰক পৰাস্ত কৰি অগ্নিৰ মনোবাঞ্ছা পূৰ্ণ কৰিলে, যাৰ পতাপিত দেৱৰ অজেয় নিবাতকৱরুচ আদি দৈত্য তুল| উৰ| দি ভৰিল, যি অজ্জ্ুনে বাহযুদ্ধত শঙ্কৰক পৰাস্ত কৰি পাণ্ত- পাত শঅস্থ লাভ কৰিলে, যি হুকলৈ যদুবলক পৰাস্ত ‘কৰি স্তুভদ্ৰা, লাভ কৰিলে, সেই জঅচ্জ্জুনৰ মুৰ কাঢ়িবলৈ কৰ প্রতিজ্ঞাই' তোৰ ধব্টত| মাথোন একাশ কৰিছে | বি. ভামৰ প্ৰতাপত যক্ষ, -বক্ষ, কিন্নৰ, ৰাক্ষস, ক্লম্পমা|ন, যাৰ, বুদ্ধত জৰাসন্ধ হেন বাৰে প্রাণ এৰিলে, যাৰ বণত যম,

= কুবেৰে ভয় খায়, যাৰ গদাৰ কোবে ইন্দ্ৰৰ ৰজুৰ প্রহাৰকে৷

চেৰ পেলায়, যি ভামে আজিলৈকে কোনে| ৰণত ভঙ্গ দিয়৷ ৷ নাই, সেই ভীমক ইমান তাচ্ছিল্য ! তোৰ, নিচিনা মুৰ্খ আৰু ‘_ আবোধ কোন আছে ? তই চাঢ়ু কণাৰে মহাৰাজৰ মন ভুলাইছ মাথোন ৷ তোৰ কুটনীতিৰপৰাই এই আত্মা-কলহ উপ- স্থিত হৈছে । তুধেযোধনে যুধিষ্ঠিৰৰ লগত সন্ধি কৰ৷ হলে এই প্রলয়জনক যুদ্ধ আৰম্ভ হবলৈ নাপায় ৷ ভা্মদেবে শৰশষ্যাত পৰি৷ প৭ এৰিব নালাগিল হয়। তয়েই যত অনৰ্থৰ মুল } মহাৰাজ ! আপুনি কেতিয়াও নাভাবিব যে মই আপোনাতকৈ পাণ্ডৱক