পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/২৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(‘১৭).

বেচি মৰম কৰে| ? মই স্মল জাপানাৰ ভাগত প্রতিজ্ঞা ক্দব্ৰিলে" যে কালি ৰণত গ৷৷৩বৰ এজন (দছোণতি নিন্চয় বধ কৰিম ৷ তাৰ কেতিয়|ও অন্যথ| হব নোৱাৰে । শকুনি---(এফলীয়াকৈ) বামুণৰ এতিজ্ঞ৷ আৰু বীৰত্ব কে্রেল মহাৰাজক পএবোধ দিয়াহে ; কাজত একো নাই । মধুপৰ্ক খালেই পাঁহৰিব ৷ কৰবাত বিয়| ব| শৰাধৰ কথ| শুনিলেতো প্রতিজ্ঞাৰ ফালে পতং । প্ৰতিজ্ঞাৰ - বাহাদুৰী চোৱ৷ ৷ “কালি পাণ্ডৱৰ এঙ্গন সেনাপতিক নিশ্চয় -বধ কৰিম * কোনজন সেনাপতিকনে। বধ কৰিব খুজিছে, তাকেহে ভাবি পোৱ| নহল ৷ হয় ‘কলাচিং’ নহয় ‘খোৰাচিং’ দুজনৰ এণ্জ- মক । নহলেনে| আৰু কাক ? বামুণৰ বল, বাধ্য সিমানেই, হে৷ "কালি অজ্জুনক বধ কৰিম” নুবুলিলে, ভাগ্যে; বামুণৰ সেইফেৰ| জ্ঞান আছে। থঘেনে গুৰু তেনে শিষ্যা । এনেকুৱ| সেনাপতি আৰু ত্লজনমান হলে আমাৰ ফালে আধ্য৷ | বিৰি- গাৰ কাড় লৈহে ৰণ কৰিবৰ পাল পৰিব । কি হব ৷ বামুণ ৷ মধুপৰ্ক বিচাৰি এফালে গলেও ভাল আছিল । কণ--প্রতিজ্ঞাৰ বাহাহত্‌ৰি আছে স'চ| । “কালি যুদ্ধত এজন সেনাপতিক নিশ্চয় বধ কৰিম |!” কণ বীৰে কিন্তু কালি অৰ্জ্জুনক নিশ্চয় বধ কৰিম, বুলি উঠিল হেতেন । যাৰ যেনে বল তাৰ তেনে প্রতিজ্ঞা ৷ উঃ! কোন সতে মহাৰাজৰ ইমানবোৰ অমঙ্গল চাই থাকে| । এতিয়ানে| উপায় কি ? হায় ! কৰ্ণ ! আজি তুমি জীয়াই থাকিও মৰ৷| । আজি