পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/২৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১৬)

লোম এডাল হানি কৰ । এতিয়াও তেওঁলোক দ্ৰোণৰ শিষ্যা ভীম ব| অৰ্জ্জন হৈয়ে আছে বুলি ভাবিছনে } কত ঠাইত +৩ অস্ত্ৰশহা লাভ কৰি শতগুণে তেজিয়ান হৈছে বুল নাজাননে ? দেৱতাৰ অভেণ্য৷ গাণ্ডাৱ ধনু কাটিবলৈ তোবর শক্তি নাই ৷ বধি অৰ্জ্জুনে খাণ্ডৱ দাহৰ সময়ত অকলৈ দেৱ|- স্নৰক পৰাস্ত কৰি অগ্নিৰ মনোবাঞ্ছা পূৰ্ণ কৰিলে, যাৰ প্রতাপত দেৱৰ অজেয় নিবাতকৱচ আদি দৈত্য তুল| উৰ| দি উৰিল, যি অজ্জুনে বাহুযুদ্দত শঙ্কৰক পৰাস্ত কৰি পাণু- পাত শঙ্স লাভ কৰিলে, যি অকলৈ যদুবলক পৰাস্ত ‘কৰি হুভদ্ৰ৷ লাভ কৰিলে, সেই অৰ্জ্জুনৰ মূৰ কাটিবলৈ কৰ৷ প্ৰতিজ্ঞাই’ তোৰ খুষ্টত৷৷ মাথোন পএকাশ কৰিছে | বি. ভামৰ প্রতাপত বক্ষ, বক্ষ, কিন্নৰ, ৰাক্ষস, ক্রম্পমান, বাৰ যুদ্ধত জৰাসন্ধ হেনে বাৰে প্রাণ এৰিলে, যাৰ ৰণত যম, = কুবেৰে ভয় খায়, যাৰ গদাৰ কোবে ইন্দ্ৰৰ বজুৰ প্রহাৰকো৷ ঢ্ৰে পেলায়, যি ভামে আজিলৈকে কোনে| ৰণত ভঙ্গ৷ দিয়৷ = নাই, সেই ভীমক ইমান তাচ্ছিল্য ! তোৰ, নিচিনা মূৰ্খ আৰু ‘_ অবোধ কোন আছে ? তই চাটু কথাৰে মহাৰাজৰ মন ভুলাইছ মাথোন । তোৰ কুটনাতিৰপৰাই এই আত্ম-কলহ উপ- স্থিত হৈছে ৷ দুৰ্য্যোধনে যুধিষ্ঠিৰৰ লগত সন্ধি কৰ| হলে এই প্রলয়জনক যুদ্ধ আৰম্ভ হবলৈ নাপায় । ভা্মদেবে শৰ্শয্যাত পৰি প্রাণ এৰিব নালাগিল, হয়। তয়েই যত অনৰ্থৰ মুল | মহাৰাজ ! আপুনি কেতিয়াও নাভাবিব যে মই আপোনাতকৈ পাণুৱক