পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/২৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ১৪))

পঞ্চম গৰ্ভাল্ক ।

কেন্ৰব্ব ছাউন্ী। দূৰ্ণধ্যোধন, দ্ৰোণ, কৰ্ণ, জয়দ্ৰথ আৰু শকুনি

দুৰ্য্যোধন-=- উঃ ! কি পৰিতাপ ! আজি চৈদ্ধ দিন পাণ্ড- ৱব লগত যুদ্ধ কৰি এজন মসেনা|পতিও মাৰিব নোৱাৰিলে।। এই যুদ্ধত জয় লাভৰ আশ| নিশ।ৰ সপোন তুল্য ! দ্ৰোণাচাধ্য পাণ্ডৱৰ শিক্ষ| গুৰু ! তথাপি চাৰিদিন যুদ্ধ কৰিও এজন ডাঙ্গৰ বীৰ হানি কৰিব নোৱাৰিলে । গুৰুদেৱ ! ইমান দিনে পাণ্ডৱৰ এজনে| সেনাপতি যে মৰ| নপৰিল তাৰ অৰ্থ মই একে| বুজিব পৰা নাই | বোধ হয় আপোনালোকে মোক মুখেৰেহে মৰম দেখুৱায়; আন্তৰিক স্নেহ সমূলি নাহি । আপোনালোকৰ এইহে ধৰ্ম্ম !

শকুনি- | এফলীয়াকৈ ) বামুণৰ নে৷ ধৰ্ম্ম-কৰ্ম্ম কি ! জহ| চাউল মালভোগ কল আৰু মধুপৰ্ক হলেই সন্তুষ্ক । ভে- যে পেটেৰে আমাৰ ফলীয়| হব এনে কথা| মনতে| ঠাই দিব নোৱাৰি । আজি চাৰি দিনৰ যুদ্ধই তাৰ সাক্ষা । পাণ্ডৱে গোৱালৰ লৰাৰ সহায়তে নিতে ৰণত জিকে । আমাৰ ইমান ডাঙ্গৰ ডাঙ্গৰ সেনাপতি থকাতে৷ এদিনলৈ জয় হোৱ| নাই ৷ ইয়াৰ নে৷ কাৰণ কি ? এওঁলোক ভিতৰি পাণ্ডৱৰ ফলীয়| ৷ পিতামহ ভীষ্ম আৰু গুৰু দ্ৰোণ দুয়ে৷ পাণ্ডৱৰ পক্ষপাতা | _পাণ্ডৱলৈ তেওঁলোকৰ প্রগাঢ়, স্নেহ ; এনে স্থলত আমাৰ’ জয় হব কেনেকৈ ?_- ৰ,