পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/২৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১৩)

নদাই-- হেৰ চ| সৌ দুট। চিপাহী ৷ বোলে| এই পৰ্বব-: তৰ দীতিতে লুক|, নহলে ঢ্রইকে| ধৰ নিব আজি | ' দুয়ো লৰমাৰে । ] | টকৰু আৰু ভাৰীাৰ প্রবেশ । ভাৰী থিয় দিয়ে । | টক্‌ৰু--হেৰ বৰমবধী ! আকেৌ৷ থিয় দিলি দেখে| ? ভাৰা--- আৰু নোৱাৰেঁ| বাপু ৷! দুই মুনীয়| মেটমৰ| ভাৰ! পেটত নাই ভাত ; আজি তিনদিন হল কানি আধান নিদিলা ৷ ভোকত পেটৰ নাড়া বাগৰ৷|-বাগৰি, লগাইছে ৷ ফটু- বরই ফাঁটৰ বিষত প্রাণ যায় ৷ টকক-- ধাৰখোৱা এইদৰে বামুণৰ বিত হজম কৰিবি নে? ল ভাৰ, উঠ ৷ ভাৰী--- ডাঙ্গি এবাৰ কান্ধত লৈ চোৱ৷; প্রমাণ পাব৷, নোৱাৰে| উঠিব ৷ টককু--দগাবাঁজ ! ইমানলৈকে পালিমে ? বোলে| উঠি- বিনে নুঠিবি + ![ ঢাক্ক৷ মাৰে ] ভাৰী-- তোমাৰ ধাৰ খোৱা| নাই বাপু, পেটৰ ভাত মূঠ৷ স্ীশ্বৰে যযতে ত’তে মিলাব ৷ টকৰু-- ৰ্‌ বাছাধন ৰ ৷ সৌ দুট৷ চিপাহী আহিছে, কুলী ধৰি লৈ যাব এতিয়| ৷

[ দুয়ো লৰমাৰে