(২)
বিয়াৰ খাত| কৰে৷ বুলি কু্্ম| ঘৰলৈ যার্৷ কৰিব ধৰোতেই _
ৰজাৰ সাৰ| গই লই আহিল।
১ম চিপাহ--এ ৰাম ! নকৰি ককাই ৷ মোৰ যে ঘৰ- ৰখীয়াজনী ন-মহীয়| | ঘৰত চোকোৰ| এটিও নাই, সিফালে পথাৰৰ পকা ধান পথাৰতে যাব লাগিছে। ৰজাৰ সাৰাই মোক টানি আন| দিহে আনিছে |
২য় চিপাহী--ইয়াত এনেকৈ বেচি পৰ থাকিব নোৱাৰি ৷ সেনাসতিয়ে দেখিলে বাঘঢাক্৷ আৰু চামতাৰ কোব খাব লাগিব ৷
১ম চিপাহা-_তেল্তে ককাই সৌ ওচৰৰ পৰ্বৱতখনলৈকে চে| ৷! তাতে যি হয় ফল-ফকাঁৰ অলপ বিচাৰি লোৱ| হওঁক ।
২য়, চিপাহী--এৰ৷ বল; ইহঁতে যুদ্ধ কৰে মানে আমি ঘৃন্নিমাৰি আহি পামহি । ৷
[ দুইৰে৷ প্ৰস্থান ] [ নদাই আৰু বিৰঞীৰ প্ৰবেশ ]
নদাই-- হেৰ ! ভালে ভালে ঘূৰি আহিবিনে আৰু
পাটচেৰেক দিম ?
বিৰহী--_ মাযাওঁ মই; নাখাওঁ তোৰ ভাত। এইদৰে
হোৱাই নোহোৱাই কিলাবি ! মোৰ পিঠিখন জানে| শিল ? নদাই--- মৰতি ! যাবি কলৈ ? দিন-কাল দেখ| নাইনে ? বিৰহী-- ৰজাৰ থাইত গোচৰ দিন; মাইথেৰ ঘৰক যাম |