পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/২৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১৩)

নদাই--- হেৰ চা সৌ দুটা| চিপাহী ৷ বোলে| এই পৰ্ব্ব-- তৰ দীতিতে লুকা, নহলে দ্ুইকো ধ।ৰ নিব আজি | ৰ দুয়ে লৰমাৰে । ] | টকৰু আৰু ভাৰাৰ প্রবেশ। ভাৰী থিয় দিয়ে | | টকৰু--হেৰ বৰমবধী ! আকৌ থিয় দিলি দেখেঁ| ? ভাৰা--- আঁৰু নোৱাৰে| বাপু | দুই মুনীয়| মেটমৰ| ভাৰ ! পেটত নাই ভাত ?ঃ আজি তিনদিন হল কানি আধান নিদিলা ৷ ভোকত পেটৰ নাড়া বাগৰ৷-ৰাগৰি, লগাইছে ৷ ফ্টূ- ৱই ফাঁটৰ বিষত প্রাণ যায় । টককু-- ধাৰখোৱা এইদৰে বামুণৰ বিত হজম ৰিছি নে? ল ভাৰ, উঠ ৷ ভাৰী-- ডাঙ্গি এবাৰ কান্ধত লৈ চোৱ৷; প্রমাণ পাব|, নোৱাৰে| উঠিব । টককৰু--দগাবাজ ! ইমানলৈকে পালিনে ? বোলে৷ উঠি- বিনে নুঠিবি ? [ ঢাঙ্ক| মাৰে ] ভাৰী--- তোমাৰ ধাৰ খোৱা নাই বাপু, পেটৰ ভাত মুঠা ইীশ্বৰে ফযতে ত’তে মিলাব ৷ টকৰু-- ৰ বাছাধন ৰ। সৌ দুটা চিপাহী আহিছে, কুলী ধৰি লৈ যাব এতিয়| । [ দুয়ো লৰমাৰে ]