পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/২২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(২)

বিয়াৰ খাতা কৰে৷ বুলি কুৰ্দ্মা ঘৰলৈ যাব| কৰিব ধৰোতেই ৰঞ্জাৰ সাৰা গই লই আহিল।

১ম চিপাহী--এ ৰাম ! নকবি ককাই ৷ মোৰ যে ঘৰ- ৰখীয়াজনী ন-মহীয়| । ঘৰত চোকোৰ| এটিও নাই, সিফালে পথাৰৰ পকা ধান পথাৰতে বাব লাগিছে । ৰজাৰ সাৰাই মোক টানি আন| দিহে আমিছে ৷

২য় চিপাহী--ইয়াত এনেকৈ বেচি পৰ থা!কব নোৱাৰি ৷ সেনাপতিয়ে দেখিলে বাঘঢাক্ক৷ আৰু চামতাৰ কোব খাব লাগিব ।

১ম চিপাহী-- তেন্তে ককা|ই সে) ওচৰৰ পৰ্ববৱতখনলৈকে চে| ৷] তাতে যি হয় ফল-ফকাঁৰ অলপ বিচাৰি লোৱা হওঁক ৷

২ব চিপাহী--এৰ| বল; ইহঁতে যুদ্ধ কৰে মানে আমি ঘুন্নিমাৰি আহি পাহি | ,

[ দুইৰে৷ প্ৰস্থান ] [ নদাই আকু বিৰঞীৰ প্রবেশ ]


নদাই-- হেৰ ! ভালে ভালে ঘুৰি আহি্বিনে আৰু

পাটচেৰেক দিম ?

বিৰহী--- নাযাওঁ মই; নাখাওঁ তোৰ ভাত। এইদৰে

হোৱাই নোহোৱাই কিলাবি! মোৰ পিঠিখন জানে| শিল }

নদাঁই--- মৰতি ! যাবি কলৈ ? দিন-কাল দেখ| নাইনে? = বিৰিহী-- ৰজাৰ থাইত গোচৰ দিন; মাইথেৰ ঘৰক

যাম ৷ .

যঃ