পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/২১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১১১) _ক্াটাহে. পাণ্ডৱ, সমুলঞ্চে আজি,

নথব| নথব| পাঁণুৱৰ নাম ৷ ঠুকুচি ঠুকুচি, কাটাহে পাণ্ডৱ,

তেবেসে জুৰাব সন্তাপিত প্ৰাণ ॥

চতুৰ্থ গৰ্ভাস্ক । ৰলযখনলীৰ ক্িলাৰ ৷ [ যুদ্ধ কৰি কৰি দুইজন চিপাহীৰ প্ৰবেশ ]

১ম চিপাহী-_ আজি তোৰ ৰক্ষ৷ নাই, আজি তোৰ পিঠি মোৰ হাত যি কৰে জগন্নাথ ৷ ২য় চিপাহী-_ ময়ে! একেবাৰে পৰি মৰ| নহওঁ দে । ডেক| কালত তোৰ নিচিন| বীৰক কচুকাটা| দি কাটিছিলে। ৷ চাচোন কাটোতে কাটোতে তৰোৱালখন কেনে ভোট৷ হৈ গৈছে । ১ম চিপাহী--তেন্তে ককাই অলপ এফলীয়া হৈ আহ! ইয়াতে বহি অলপ জিৰাই তামোল-ছালি এখনকে খাওঁ । ২য় চিপাহা--- বল তেন্তে । এই বয়সত আৰু মাৰা- মাৰি কাটা৷-কাটি ভাল'নালাগ| হল ৷ কি কম সোণাই, মৰাৰ আগেয়ে ডাঙ্গৰ বাপাটোৰ বিয়াখন চাই যাওঁ বুলি মন কৰি- ছিলে।। মহাঞানৰপৰা ধাৰ-খণ কৰি গা-ধনখিনি আমনিলে। ৷ ২