পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/১৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(6১১)

ক্াটাহে, পাণ্ডৱ, সমুলঞ্চে আজি, নথব| নথবা পাণ্ডৱৰ নাম ৷৷ ঠুকুচি ঠকুচি, কাটাহে পাণ্ডৱ,

তেবেসে জুৰাব সন্তাপিত প্ৰাণ ॥

চতুৰ্থ গৰ্ভান্ক । ৰণলখথদ্লীৰ ক্ৰিলাবৰ ৷ [ যুদ্ধ কৰি কৰি দুইজন চিপাহীৰ প্ৰবেশ ]

১ম চিপাহী-_, আজি তোৰ ৰক্ষা নাই, আজি তোৰ পিঠি মোৰ হাত যি কৰে জ্ঞগন্নাথ ৷

২য় চিপাহী-_ ময়ো একেবাৰে পৰি মৰ| নহওঁ দে। ডেক| কালত তোৰ নিচিন৷ বীৰক কচুকাটা দি কাটিছিলে। ৷

চাচোন কাটোতে কাটোতে তৰোৱালখন কেনে ভোট| হৈ গৈছে । !

১ম চিপাহী-_-তেন্তে ককাই অলপ এফলীয়া হৈ আহ৷ হস্তাতে বহি অলপ জিৰাই তামোল-ছালি এখনকে খাওঁ | ২য় চিপাহা-- বল তেন্তে ৷ এই বয়সত আৰু মাৰা- মাৰি কাট|-কাটি ভাল নালাগ| হল । কি কম সোণাই, মৰাৰ আগেয়ে ডাঙ্গৰ বাপাটোৰ বিয়াখন চাই যাঙঁ বুলি মন কৰি- ছিলে।। মহাঞনৰপৰ| ধাৰ-খণ কৰি গা-ধনখিনি আনিলে৷ ৷ ৰং