(৫)
[; প্াণ্ডৱলৈ স্নেই,কম নহয়; বিশেষত অৰ্জ্জুন তেওঁৰ প্ৰিয় শিষ্য । ‘নহলে, আনবোৰ শিষ্যক খৰি, পানী, আনিবলৈ পঠি- য়াই মুনে মনে অৰ্জ্জুনক নান| বিধ অনস্স-শস্ত্ৰ শিকাই নে ? ছিঃ!, বৰ ভুলটো কৰিলে।। কৰ্থকহে্ সেন/পতি পতা উচিত আছিল! তেওঁৰ্নে| আকৌ৷ মন পাওঁ কেন্কৈ ? যুদ্ধ, নৌ আৰম্ভ হওতেই কলাচাদে মন্ত্ৰ শিকাই থৈ গৈছে | তুমি কুম্ভীৰ বৰ পে|” বুলি কৈ গৈছে নহয়।
_ দ্ৰৌণৰ প্রবেশ ।
[ফুটাই ]--এইয়া তত "ওলালহিয়েই । দ্ৰোণ--মহাৰাজ 1, আপুনি ইমান চিন্তাকুল হৈছে কিয় ? ' আপোনাৰ এনে ঢ় দ্বেখি মোৰ মনত বৰ দুখ লাগিছে ৷ সোনকালে আপোনাৰ চিন্তাৰ কাৰণ কৈ নিৰ্ভাবন| কৰক | হৰ্য্যোধন-- -(প্রণিপাত কৰি) গুৰুদেৱ ! কবলৈ আৰু, কি
_ আছে! আপুনি সকলে| কথ৷ জানেই । ইমান দিনৰ মুৰতু '_ জানিলে| যে পিত্তামহ ‘ভীষ্ম যেতিয়| অৰ্জ্জুনৰ শৰত প্রাণ
এৰিলে তেতিয়াই কুৰুকুল নিৰ্বংশ হল ৷ গৃতিকে মোৰ মনৰ আশ মনতে ‘ৰল। ইমান সোনকালে যে পিতামহৰ কাল
হব, সি মোৰ সপগ্মৰে৷ অগোচৰ আছিল ।
শকুনি--বাপ|! মিছা কথাত = অনুতাপ কৰ| ভাল নইয় ।
এতিয়া আহা, গুক দ্রোণক সেনাপুতি ক্ৰি ৰণলৈ যাওহঁক ।
দ্রোণ--মহাৰাজ ! এজন সেনাপতি মৰণত আপুনি
ইমান ব্যাকুল হৈছে কিয় ? এতিয়াও সেনাঁপতি,পদৰ উপ-