পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/১৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(৭)

শকুনি-_তুমি পাগলৰ” দৰে এইখন প্ৰলাপ বকিছ| কিয় পাণ্ডৱলৈ তোমাৰ ইমান ভয় নে ? সিহঁতৰ পাচোটাহে " তোমাৰ দেখোঁ একশ । কিন্তু তাতে জানিব৷৷ অলপ কথা: আছে; কাৰণ জীৰনষ্ণ সিহঁতৰ সহায় ৷ হলেই বাঁ আমাক, কি কৰিব পাৰে ? তেওঁ সাৰথিহে ; যুজাৰু তে| নহয় । তোমাৰ কৈ যিমামবিলাকষ সেনীপতি আছে তেওঁবিলাকৰ আগত তেনে শত কৃষ্ণ ব| শত পাঁওুৱেও ধনু ধৰি বিয় হোঁৱা টান ) তুমি কেলেই ভয় খাইছ| ?

কৰ্ণ--এৰৰ৷ ৷ গতস্থ৷ শোঁচন| নাস্তি । পাণুৱক পৰাজয় কৰা ইমান ডাঙ্গৰ" কাম নে ?, সখি আগুনি পিতামহৰ মৰ- ‘গত ইমান ভয় নাখাব ৷ আপোনাৰ কতাক্ষতে তেনে শত শঙ্ক সেনাপতি ওলাব | ভীষ্মদেৱ একেই বুঢ়া ৷ তেওঁ যে একেৰাহে দহদিন যুদ্ধ কৰিলে এইয়ে বহুত । সেই বাবে- -ভেওঁক ধন্যবাদহে দিব লাগে৷ ঢ __ শকুনি--তেওঁৰ ক্ষমতা অসীম। সেই বুলি তেওঁৰ মৰ: ণত শোক কৰ|৷ নিতান্ত অন্যায়; কাৰণ পেটেৰে তেওঁ পাণ্ডৱৰ ফলীয়| আছিল । যোৱ| কথ| গল ৷ সন্পতি কৰ্ণৰ কথা গুন| । এক সেনাপতিৰ মৰণত, ইমান৷ ব্যাকুল হোৱা তোমাৰ 'নিচিন৷ ৰাৰ পুৰুষৰ উচিত নহয়। আন এজনক সেন|পতি কৰি‘ ষুদ্ধটৈ বোৱাৰ উদ্ভোগ কৰ৷ । | ভি

ছুধ্যোধন--মাম|! পিতীমহ অসীম'ক্ষমতাশালী আৰু জিভ্‌- বঘ্ বিজয়ী আছিল । তেওঁৰ শোক লাহৰা সংদ কথা| নহয় | _