পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/১১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শকুনি--তুমি সাগলৰ- দৰে এইখন প্রল|প বকিছ| কিয় পাণ্ডৱলৈ তোমাৰ ইমান ভয় নে ? সিহঁতৰ পাঁচোটাহে | ‘তোমাৰ দেখোঁ একশ । কিন্তু তাতে জানিব অলপ কথা: আছে; কাৰণ ীৰুষ্ণ সিহঁতৰ সহায় |" হলেই বাঁ আমাক, কি কৰিব পাৰে ? তেওঁ সাৰথিহে ; যুজাৰু তো নহয় ৷ তোমাৰ ফৈড যিমানবিলাঁকষ্ট সেনীপতি আছে তেওঁবিলাকৰ আগত তেনে শত কৃষ্ণ ব| শত পাণুৱেও ধনু ধৰি থিয় হোৱা টান ) তুমি কেলেই ভয় খাইছ| ?

কৰ্ণ--এৰঁৰ৷ ৷ গতষ্ভ৷ শৌচন| নপন্তি পাণ্ডৱক পৰাজয় কৰা ইমান ডাঙৰ কাম নে ?; সখি আপুনি পিতামহৰ মৰ- শত ইমান ভয় নাখাব । আপোনাৰ কতাক্ষতে তেনে শত শত্ত সেনাপতি ওলাব ৷ ভীষ্মদেৱ একেই বুঢ়া । তেওঁ যে একেৰাহে দহদিন ‘যুদ্ধ কৰিলে এইয়ে বহুত । সেই বাবে- ভেওঁক ধন্যবাদহে দিব লাগে । *=* ১

শকুনি--তেওঁৰ ক্ষমত| অসীম ৷ সেই বুলি তেওঁৰ মনৰ: ‘ণত শেক কৰ| নিতান্ত অন্যায়; ৷ কাৰিণ পেটেৰে তেওঁ!" পাণ্ডৱৰ ফলীয়| আছিল । যোৱ| কথ| গল ৷ সম্পতি কৰ্ণৰ কথা শুনা 1 এক সেনাপতিৰ মৰণত, ইমান ব্যাকুল হোৱা তোমাৰ ‘নিটিন| বীৰ পুৰুষৰ উচিত নহয়। আন এজনক" সেন|পতি কৰি' যুদ্ধভৈ বোৱাৰ উদ্তোগ কৰ৷ । তা

ছুৰ্ধ্যোধন--মাম| ! পিতামহ অসীম'ক্ষমতাশালী আৰু জিছ্‌- বমম বিজয়ী আঁছহিল। তেওঁৰ শোক পাহৰ| সহজ কথা নহয় |”