পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/১০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

}

তৃতীয় গৰ্ভাঙ্ক । ক্ট্ৰৰ ছাউৰ্ী। | দুধ্যোধন, কৰ্ণ ‘আৰু শকুনি ।

| দ্ৰধ্যোধন--ডঃ! কি পৰিতাপ একেবাৰে সৰ্ব্বনাশ হল । শিয়ালৰ ৰণত সিংহৰ পৰাজয়। হায় ! পিতামহ ! ইচ্ছাধীন মৃত্যু স্বত্বেও আপুনি যে অৰ্জ্জুনৰ বাণত মৰিল ই মোৰ দুৰাদুষটৰ- ফল মাত্র ৷ এই যুদ্ধত জয়লাভৰ আশ| আৰু নিশাৰ সপোন সমান ৷ কাৰণ সেনাপৃতি হৈ পাচ পাণুৱক পৰা ৷য় কৰিব৷ পাঁৰে এনে বীৰ আৰু কোন আছে ? স'চাকৈ কৈছোঁ, মাম! ! ৷ সখি কৰ্ণ ! আৰু যদ্ধ কৰাৰু সকাম নাই ।| আইক পাণ্ডৱক ৰাজ্য এৰি দি আমি বনলৈ য|ওঁহক | তাকে নকৰি যুদ্ধত পৰাস্ত হৈ লোঁক-হীহিয়াতৰ পাত্ৰ হোৱাৰ সকাম কি? গি= মহে ইমান দিন যুদ্ধ কৰি, যদি পাঁচ পাণ্ডৱৰ এজনকে| বধ ৷ কৰিলেহেতেন, তথাপি ভয় লাভৰ অলপ আশ| আছিল !_= কিন্তু ক’ত| ? উঃ ! মই একেবাৰে হতাশ হলে ! হায়। হায় ! আগেয়ে এনে বুলি জন৷ হলে, গীকনুষ্ণই যেতিয়| পাঁচখন মাত্ৰ গাওঁ খুজিছিলহি তেতিয়াই ইয়াৰ এটা মীমাংস| কৰিব, পৰ গলহেতেন | যুদ্ধৰপৰ৷ ক্ষান্ত লেও যে মান নাথাকে|” মাম| ! সখি কণ ! আপোনালোকেই মোৰ বল-বুদ্ধি ; কওকচোন, বাৰু এতিয়| কি কৰ৷ যুগুত ?