বালিবাটৰ দাঁতিৰ বোপাইৰ পঁজাৰ ভেটিতে মোৰ নতুন ঘৰ অচিনাকি চিনাকি কত যে আহ-যাহ সেইবাটে মোক কোনেও চিঞৰি নুসোধে অই, আছনে ঘৰত?