পথাৰৰ গৰিমাৰে জল্মল্ তোমালোক যদিওবা আহে বান নিদাঘ্ জুইৰ বৰষুণ কাঁইটীয়া শোহনী বালিচৰ শইচৰ সম্ভাৰেৰে তোমালোক চহকী অতিকে।