কামছাঁয়াত নাথাকিব কাচনমতী কথকী উজ্জ্বল পোহৰত কথা ক এযোৰ হাইঠাই বুকুফালি আত্মহত্যা কৰা কেঁচা তেজেৰে ভিজা মাটিত লহ্পহকৈ উঠক গজি হাৰাকিৰি কলিজাৰ এক দুৰন্ত সপোন। কথা ক কথকী নিমাতে নেথাক আকৌ হ কথাকলি।