■ ১৯৪৪ চনৰ ১৪ এপ্ৰিল তাৰিখে নেতাজী সুভাষ চন্দ্ৰ বসুই পোন প্ৰথমবাৰৰ বাবে ময়ৰাঙৰ এই স্থানতে ভাৰতীয় জাতীয় পতাকাখন উত্তোলন কৰিছিল।