পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৯৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেন কৃষ্ণ কৰো সেৱ, চৰণে বিক্ৰয় গৈলো, -- ৯৬ অজামিল উপাখ্যান । নাই আন অন্য কথা, বিৰচিলে৷ কৃষ্ণ কথা, আক শুনি হুয়োক সন্তোষ । নিন্দা নকৰিবা মোক, কৃষ্ণে সবে খণ্ডস্তোক, আছে বঢ়া টুটা যত দোষ হৰি হৰি নাম স্মৰে, সমস্তে বিপদ হবে, অজামিল উপাখ্যান, মহন্তৰ হেনসে সম্মত। নাম বিনে নাহি আনি, এহিমতে ভৈল সমাপত । ছে কৃপা কৰাদেৱ, তোমাতেসে থাকে যেন মতি । তোমাৰেসে ভৃত্য ভৈলো, জন্মে জন্মে তুমি মোৰ গতি ৷ মই মহ। মন্দমতি, তোমাত নকৰে। ৰতি, ইটো আয়ু নিলো আলে জালে । হয়ে। প্রভু উপনাম, তোমাৰ চৰণে নাম, কৃষ্ণেসে সুহৃদ নিজ, তুমিসে পৰম গুক, কৰো প্ৰভূ কৃতাঞ্জলী, নছাৰোক মোক অন্তকালে । ভৈল- তয় প্ৰসাদে বিদিত। জানে যেবে যাৰ যেনে চিত। হেন কৰে৷ সহস্র প্রণাম । কৃষ্ণৰ ভৃত্যৰো ভৃত্য, শঙ্কৰে ৰচিলা গীত, নিৰন্তৰে ডাকি বোলা ৰাম ৰাম DISTRICT LIBRARY -V) THEM BARUA COLLECTION) নামেসে মুখ্যৰ বিজ, ভৰুতৰ কল্পতক, ধৰা মোক ভৃত্য বুলি,