পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৯৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অজামিল উপাখ্যান। ভকতিক অনাদৰি, ৯৫ যিতো প্রায়ছিত কৰে, তাৰ কৰ্ম্ম সকল বিফল । যেন ধুয়াই আনে হাতী, দুনাই লৱে ধুলি মাটি, শৰীৰত বান্ধে অতি মল । পূৰ্ব্বত অগস্তি ঋষি, মলয়া পৰ্ব্বতে বসি, আছন্ত হৰিক কৰি ধ্যান । কহিলাহ৷ মোত, ইটো ইতিহাস কথা, নাম বিনে ধৰ্ম্ম নাহি আন । শুনিলাহ! পৰীক্ষিত, নাম ধৰ্ম্ম বিপৰিত, কহিলে৷ তোমাত দয়া তৰে । ইহাত বিশ্বাস কৰি, যিতে। ফুৰে নাম ধৰি, সিটো মুখে সংসাৰক তৰে ৷৷ তিনিয়ো লোকত ইসে গাৰ । মহা ভাগৱত পদ, এৰায়ে৷ যমৰ হাত, শুনিয়োক নতবিদ, কৰিও বিশ্বান আত, বুজিবা মাস্ত্ৰৰ মজা, হৰি নাম ধৰ্ম্মৰো ঈশ্বৰ নাম বিনে নাহিকে মিস্তাৰ । তপ যপ তীর্থ স্নান, কৃষ্ণেসে দেৱৰ ৰাজা, 1 যাগ যোগ মহা জ্ঞান, জান। পরে নাগৰ কিঙ্কৰ ।