পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৯৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লোতক ঝৰিল, অজামিল উপাখ্যান । প্রেম উপজিল, নেৰিল কৃষ্ণ চৰণ । ছবি । G বৈষ্ণৱৰ মহিমাক, যমৰ মুখত শুনি, হিয়াত পশিল মহাভয় । সেহি দিনা ধৰি পাছে, ভকতক দেখিলেয়ো, তৰতৰি কাম্পে দূতচয় । ডৰে কাম্পে চক্ষু ছেপি, কতে৷ যায় পাছ গুছি, চাহিবে নোৱাৰে মাথা তুলি । প্ৰভাৱ দেখিয়া বোলে, বৈষ্ণৱৰ কিনো তেজ, জানো মাৰে আমাক সমূলি । কীৰ্ত্তনৰ ধ্বনি যথা, যৈত শুনে হৰিকথা, তাক ডৰে অন্তৰি পলাই । নামৰ শুনত্তে ৰোল, হৰে দুখৰ মাতবোল, লৱৰয় পাছক নচায় । নাই শ্ৰুতি যেন মৰা, চক্রে কাটিলেক পৰা, জিহ্বা আন কথা কয়ে, ষোনে৷ আজি মোৰ মনে বুৰে ৷ তাকো বোলে নামলৱে, দূতৰ ভৰত ধাতু উৰে