পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৯১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অজামিল উপাখ্যান । দুলৰি । নিগ দতি শুক, শুনা অনন্তৰে, কৃষ্ণ কথা অদভূত । যমৰ বচন, শুনি পুনৰপি পুছিল। সমস্তে দুত বিষ্ণু ভকতৰ, নচাপিবো পাছ, তোমাৰ আজ্ঞাক লৈয়া । ভালমতে আবে, চিনায়োক প্ৰভু, আমাত কোন পৰয়া | মনুষ্য মধ্যত, কোন মহা পাপী, তাকো জানি বাক লাগে । চাৰি মহা সিটো, সিদ্ধৰ হাতত, ইবাৰ বৰ্ত্তিলো ভাগ্যে কাক আনি এত, ভুঞ্জাইবো যাতনা, কত কোন দোষ আছে। ভাল মতে মোত, কহিবা ইবাৰ, সম্বলি মৰিবো পাছে দুতৰ বচন, শুনি বুলিলন্ত, যমে কৰি থিৰ মতি ।