পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৮৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অজামিল উপাখ্যান নকৰিব পাপ সিটো চিতনী আহ্লাদে। যদি বা তাহাৰ সিজে পাতেক প্রমাদে হৰি নাম কীৰ্ত্তনে তেখনে হুইবে নাশ । পাপী হেন বুলি তাৰ নছাপিবি পাশ শুন দূতগণ কহো হেনসে বচন । কৃষ্ণত একান্তে যিটো পশিল শৰণে ঐৰ পৰা মই। মান্য কৰো নিতে নিত। দেৱে সিদ্ধে তাহানেসে মাই গুণ গীত । তাসন্থাৰ নাছাপিবি সমীপ কিঙ্কৰ । লগে ফুৰে কৌমুদকী গদা গোবিন্দৰ ঃ পাই হাড় মুণ্ড গুৰি কৰিবে কোৱাই । কহিলো স্বৰূপে তেবে মোত দোষ নাই । কালে কিছু অপকাৰ নপাৰে আমাৰ সিটো ভকতত নাই মোৰ অধিকাৰ । হেন জানি তাহাক দুৰতে পৰি হৰি । আপোনাৰ প্ৰাণ ৰাখি ফুৰিবি অন্তৰি # যিটো জনে ফুৰে ৰাম নামক উচ্চৰি । পাছে পাছে যান্ত কৃষ্ণ কৰে গদাধৰি । যেন খেলুসে বাছুৰ পাছ লাগে । ৰক্ষা কৰি ভক্তক ফুৰন্ত অনুৰাগে ? }