পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৬৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৬ অজামিল উপাখ্যান - পাৰিষদে মাৰি বাৰি, লৈলন্ত দ্বিজক কাঢ়ি, হুতৰে৷ ৰাখিল মাত্ৰ প্ৰাণ । কিঙ্কৰে দিলেক সাক্ষী, তাম্বাৰ দুখ দেখি, যমে কিবা দিলে সমিধান। আক শুনিবাক মোৰ, পৰম কৌতুক আছে, ছেদিওক মনৰ সংশয় ! তোমাৰ মুখৰ বাণী, শুনি নিন্তৰোক প্ৰাণী, তুমি মুনি মহা কৃপাময় কতবা জন্মৰ পুণ্য, তোমাত পুছিবে পাইলো, কিনো মোৰ আছে মহা ভাগ। দেবে নেদেখন্ত যাক, হেনয় মুনিক ম‍ই, মৰণ সময়ে পাইলো লাগ । এতেকে বোলতে নৃপে, লোতকে তিতিল মুখ, মিলিল করুণা ময় অতি । তন্তু ভৈল পুলকীত, কৃষ্ণৰ চৰণে চিত, দিয়া তম্ভিথাকিল নমাতি । দেখি শুরু মূনি পাছে, নৃপতিক প্রশংসিলে, ধন্য ধন্য পাণ্ডব সস্তুতি। দুতৰ যমৰ আবে, শুনিও সম্বাদ কথা, কছোঁ তাবে শুনিও সম্প্রতি।