এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
28 অজামিল উপাখ্যান । পাপৰ অম্ভক, কি কৈবো নামক, নামেনে মুখ্যৰ সীমা যাৰ সম নাই, পাতকী লোকত, মন্দ দ্বিজ অজামিল । অগ্র ধাৱে নাম, মৰন্তে স্মৰন্তে, তাকো বৈকুণ্ঠক নিল । হৃদৃঢ় বিশ্বাসে, যিটো জনে লৱে কৃষ্ণক এক শৰন । জানি যত ধৰ্ম্ম, সততে মুখত, নামৰ নেৰে কীৰ্ত্তন তাহাৰে৷ মহিমা, কহি নপাও সীমা, কহিলে৷ স্বরূপ নৃপ ৷ কৰিলেক বা, অৱশ্যে কৃষ্ণক, নেৰন্ত তাৰ সমীপ সিটো ভকতৰ, মৰিবে নলাগে, জীৱন্তে পাইলে মুকুতি । সমস্তে সাস্ত্ৰৰ, চাৰিও বেঙ্গৰ, কহিলো তত্ত্ব যুগুতি । জার্নী কৰ্ম্মী জনে, নজানে নামক গুৰুতৰ নৱনিধি ।