পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৪৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

88 অজামিল উপাখ্যান । হৰিৰ নামত নাই সিসব নিয়ম । সমস্ত পাপৰ নাম কালান্তক যম শৰীৰৰ মাত্ৰ প্ৰায়ছিতে পাপ হৰে ৷ নামৰ কীৰ্ত্তন পাপ সমূলে উভাৰে । নাথাকে পাপৰ বিৰ্য্য শুদ্ধ হোৱাচিত । পুনৰপি পাতক নৃপজে কদাচিত । বজিবি নামৰ ইটো হেনসে আশই ৷ পূৰ্ব্বাপৰে কৰি আছে যত পাপ চয় সিসব পাতক একেতিলে হোৱে নাশ ৷ বাৰেক কৰিলে মাত্র নামক অত্যাষ !! যেন চিৰকাল আছে ঘোৰ অন্ধকাৰ । নষ্ট হোৱে প্ৰদীপ জালিলে এক বাৰ নলঙ্ঘে পাতক দুনা নামৰ প্রভাৱে । নাশে অন্ধকাৰ যেন ধাপ থাকে যাৱে ৷ তেবেসে বাসনা গুচে চিতহোরে শুদ্ধি। সিহেতু সদায় তাৰে যাৰ আছে বুদ্ধি নাম উচবন্তে নাই মুখত আলাশ । সমস্ত পাতক হোবে তেখনে বিনাশ। অনন্তে কৰ্ণত যেন অমৃত পৰিযে জার্নি সাধু সবে নাম নেৰে তৰ্নিশে !