পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৩৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৬ অজামিল উপাখ্যান । আৰু ৰাখা কিকাৰণে, তুমি সব মহাজন, হেন কিয় কৰা অযুগুত । বেদ পথ লুপ্ত গৈল, এহি বুলি মৌন ভৈল, সিটো তিনি গোটা যম হত । শুনা সভাসদ, দুলৰি । নিসবদ হোৱা আতি । ভাগৱত পদ, যাৰ কৰ্ণে কৃষ্ণ, কথা মুনয়, তেওঁ মহা মূঢ় মতি ॥ সেহিসে অসুৰ, ৰাক্ষস সেহিসে, মুশুনে কৃষ্ণৰ কথা । কৃষ্ণত বিমুখ, পশুত অধম, পদ্ম পত্র জল, ইটো দুখ সুখ, তাহাৰেসে জন্ম বৃথা কৈত কেতিক্ষণে যাই । চিত্তন্তে ধাতু উদয় । জীৱন চঞ্চল, ঘোৰ পৰলোক,