পৃষ্ঠা:অজামিল উপাখ্যান.pdf/২২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

20 দুতে জৰপুৰ কৰি, অজামিল উপাখ্যান । ৰাখাহা বোলোতা তৈতে নাই ॥ বান্ধিবে চামৰ জৰি, জানি ধৰা কৃষ্ণ পাৱ, এৰায়ো যমেৰ ঘাৱ, মুখত নেৰিবা হৰি নাম । কেনে আছা বাত চায়, ইটো আয়ু বৃথা যায়, নিৰন্তৰে বোলা ৰাম ৰাম । পদ। শুকনি গদতি ৰাজা চিত কৰা থিৰ । আশ্চৰ্য্য মহাম। শুন হৰি ভকতিৰ ॥ আছে জত তীর্থ ধৰ্ম্ম যজ্ঞ সংসাৰত । জানিবা সমস্তে হৰি নামৰ কিঙ্কৰ । পুণ্য অৰণ্যত বঞ্চে হৰি নাম সিঙ্গ । পলাই পাপ হস্তী তাৰ শুনি মহাৰিঙ্গ হৰিৰ নামে খেদাৱে পাপৰ পুৰি নাই । কৃষ্ণ বিমুখত গৈয়৷ হোৱে এক ঠাই ॥ পৰম পাতকী যিটো অতি অনাচাৰি । সিও ভকতক ৰক্ষা কৰন্ত মুৰাৰি ৷