অঙ্কুৰ লগ নিদি তই এৰি যাৱ গই চকুৰ আঁতৰ হই, উপযাচি আহে৷ লাজ মান এৰি
ভালপাওঁ দেখিহে মই। তই জানো আৰু নাহিবিনে বাৰু নেপামনে কোনো কালে, সংসাৰ যেতিয়া নিশ্চয় তেতিয় আহিবিতো এই ফালে।