অঙ্কুৰ তোৰ সঙ্গী হই লগে লগে গই মউমাত মাতি তোৰে ৰেহৰূপ চাম, তোৰে কথাপাতি আনন্দে ওপঙি যাম। তই হলে মোৰ এই ভাব বোৰ খিকিন্দালী পাতি সেই মাত মাতি উপলুঙা যেন পাৱ, ভুৰুং কৰে উৰি যাৱ। ৬৭