পৃষ্ঠা:অঙ্কুৰ.pdf/৬৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অঙ্কুৰ যদিও আমাৰ অলেখ লাগিছে ধাৰ, নোৱাৰে। যদিও ওলাব কেনিও, নকৰোঁ কদাপি ধাৰলই ভয়, অলঙ্কাৰ পাতি বন্ধকত থ‍ই পুৰাম মনৰ নতুন হেঁপাহ পৰৰ আগত বিচাৰিম মান। (কিয়নে।) আমি ভাৰত মাতাৰ শিক্ষিত সন্তান। আমি নিতে নিতে পাইছে। নতুন শিক্ষা, আমাতকৈ জ্ঞানী আমাতকৈ মানী ৫৯