অঙ্কুৰ একে থৰে তধা লাগি চকুৰ নপৰে ওৰ চাই থাকিলেও, জাগি উঠে চেও। জানিছে। জানিছে। মই সেই দয়াময়, অনন্ত মহিমা যাৰ দেখিছে। বিস্ময়। তেওঁৰেহে এই দেখ! অদ্ভুত নিৰ্ম্মাণ, গুণি ভাবি থাকিলেহে যাই পতিয়ন।