অঙ্কুৰ শ্যামল পত্ৰেৰে শোভে তৰুৰাজি যত, বিকশিত পুষ্পে শোভে কুঞ্জ কাননত। বিনন্দিয়া পাখী মেলি জক্ মক্ কৰি, মৰা পথী ছালি ধৰে মন প্ৰাণ হৰি। কমল ফুলৰ কলি বোকাৰ মাজত, কপালী আলোৰে জ্বলে ৩৮ পাতৰ আঁৰত