পৃষ্ঠা:অঙ্কুৰ.pdf/৩৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দেবি! গুণত পূজাৰ ৰীতি অঙ্কুৰ। থাকে মানে এই জগত, তোমাৰ সতীত্ব স্মৃতি সত্যত আদৰ জগাই নাৰীক জিলিকিব অসম ধামত। ১৯২৪ নগাওঁ (বোৰ্ডিং) তপস্বী। নিজান গুহাৰ মাজে পৰম পবিত্ৰ সাজে মোহমায়া কৰি পৰিহাৰ, পাতি লই কুশাসন কৰি আহা আৰাধন বহি আছা তপস্বী কূমাৰ। ৩১