পৃষ্ঠা:অঙ্কুৰ.pdf/৩৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অঙ্কুৰ। পত্নীৰ যাতনা শুনি লাভি গদাপাণি ছদ্ম বেশে ছলহি সাক্ষাৎ, স্বামীৰ চলনা বুজি কথাৰ ইঙ্গিতে অন্তৰত জন্মালা ব্যাঘাট। পতিৰ উদ্ধাৰ হেতু জীৱন উছগী অকাতৰে কষ্ট সহ্য কৰি, জনম ভূমিৰ পৰা বিদায় বাণীৰে গলাগই নৰদেহা এৰি স্বৰ্গ জীৱৰী তুমি মৰতত আহি আক' হল৷ স্বৰ্গত ৰিলীন, তাৰকামণ্ডল মাজে পূণ্য শোভা ধৰি জিলিকিছে সতীত্বৰ চিন। 30