পৃষ্ঠা:অঙ্কুৰ.pdf/৩৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কত যে লাঞ্ছনা অঙ্কুৰ। কত যে যাতনা কত যে সহিলা তাপ, তথাপিও ক’তো একো নখতিল মাৰিলা কৰ্ত্তব্য জাপ, নিয়তি পথৰ পাৰ্থিব সুখত নহয় তুলনা তাৰ, কেনেনো ধৰম কেনেনে৷ সুনীতি নপৰে ইয়াৰ পাৰ। চন্দ্ৰ দিবাকৰ বসুমতী আই থাকে মানে জগতত, যুগমীয়া হই গৌৰব প্ৰদীপ জ্বলিব ই অসমত।