পৃষ্ঠা:অঙ্কুৰ.pdf/৩৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অঙ্কুৰ। তযু সমকক্ষ ৰাম সৰস্বতী, মাধৱ, গোপাল দেউ, আছিল সকলো শক্তি উপাসক নামানে তোমাৰ সেউ। কালৰ সোঁতত সকলোটি আহি তোমাতে দীক্ষিত হল, তযু চৰণত প্ৰাণ বিসৰ্জ্জিলে অমৰ কীৰিতি ৰ'ল। হে মহাভাগ! অপূৰ্ব্ব সুৰত কতনো ৰচিলা গীত, তোমাৰ গীতৰ অপূৰ্বৰ সুৰত কৰিছে আকুল চিত।