পৃষ্ঠা:অকণি বীৰাংগনা কনকলতা.pdf/৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

 মইনাহঁত, তোমালোককলৈ লৈ আনিছো অকণি এজনীৰ দেশপ্ৰেমৰ কাহিনী। অকণি হলে কি হ’ব, তেওঁৰ প্ৰাণ দেশৰ বাবে আছিল বৰ বিশাল ৷

 সজ কথাৰ সজ মনৰ অকণিজনীৰ নাম আছিল কনকলতা। শুনাছোন-অকণি কনকলতাৰ কথা..........

6